অনুসন্ধান আকাংক্ষাত

Sunday, September 9, 2012

বিহুটি বছৰি আহিবা






বিহুটি বছৰি আহিবা

অসমী আইকে জগাবা

বিহুটি বছৰি আহিবা

অসমী আইকে জগাবা

বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধোৱাবা

বিহুটি বছৰি আহিবা

বিহুটি বছৰি আহিবা



জাতিটোৰ কথাটি এহিমানে থওঁ

মোৰ মন গাভৰুৰ কথাকে কওঁ

গাভৰুৰ কথাকে কওঁ

মোৰ চেনাইৰে নাম হল মামনি

তাই কাহানিও নাছিলে আমনি

গোটেই জীৱনটো মোতেই সপিব বুলি কথা দিছিল তাহানি

তাহানি

তাহানি

তাহানি

তাহানি

কিবা কাৰণত তায়ো মোক নেমাতে

কিবা কাৰণত তায়ো মোক নেমাতে

মোৰ বুকুতে জ্বলিছে অগনি

মোৰ বুকুতে জ্বলিছে অগনি

বিহুটি ঐ পাৰা যদি তুমি তাইকো বিহুগীত গোৱাবা

তাইকো বিহুগীত গোৱাবা

তাইকো বিহুগীত গোৱাবা

তাইকো বিহুগীত গোৱাবা



বিহুটি বছৰি আহিবা

অসমী আইকে জগাবা

বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধোৱাবা

বিহুটি বছৰি আহিবা

বিহুটি বছৰি আহিবা



বড়োৰ ভাষাৰে

বৰ মানে বতাহ

দি মানে পানী

আৰু চিগ্লা মানে হল গোসানী

মন গাভৰুৰ কথা এহিমানে থওঁ

বৰদৈচিলাজনীৰ মহিমা কওঁ

 মহিমা কওঁ                   

যেতিয়া মনবোৰ দহে, হিলদল ভাঙি তাই আহে

যেতিয়া মনবোৰ দহে, হিলদল ভাঙি তাই আহে

পিছে পৃথিৱী তিওৱা আশীষ বৰষাই

পৃথিৱী তিওৱা আশীষ বৰষাই

গোসানী ৰুপেৰে নাহে মোৰ গোসানী

গোসানী ৰুপেৰে নাহে মোৰ গোসানী

গোসানী ৰুপেৰে নাহে



হবোৰে যুঁজে বিৰিণা জহে

হবোৰে যুঁজে বিৰিণা জহে       

মন লুইতৰে সৰু বৰ তৰাবোৰ

মন লুইতৰে সৰু বৰ তৰাবোৰ

আখেজতে যেন খহে

বিহুটি ঐ...                 

কাবৌ কৰিছোঁ হাতযোৰ কৰিছোঁ জাতিটোক শাক-ভাত খুৱাবা

অসমীয়া জাতিটোক শাক-ভাত খুৱাবা

মৰমৰ দিগ দি হেঁপাহৰ আচোৰে

মৰমৰ দিগ দি হেঁপাহৰ সাঁচোৰে

একতাৰ গামোচা বোৱাবা

মৰমৰ দিগ দি হেঁপাহৰ সাঁচোৰে

একতাৰ গামোচা বোৱাবা

একতাৰ গামোচা বোৱাবা

একতাৰ গামোচা বোৱাবা



বিহুটি বছৰি আহিবা

অসমী আইকে জগাবা

বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধোৱাবা

বিহুটি বছৰি আহিবা

বিহুটি বছৰি আহিবা

বিহুটি বছৰি আহিবা.......




(ইউনিক'ডীয় ৰূপান্তৰ  স্যামন্ত কুমাৰ গোস্বামী)

No comments: