অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কিহৰ ৰাগীত জলাকলা হলি





কোন পগলাৰ বিজয় মলা ললি

কিহৰ ৰাগীত জলাকলা হলি

কোন পগলাৰ বিজয় মলা ললি



কোন ৰূপহৰ ৰূপত ভোল গলি

উজল জ্যোতি চাই অন্ধলা হলি

কোন ৰূপহৰ ৰূপত ভোল গলি

উজল জ্যোতি চাই অন্ধলা হলি

কোন পগলাৰ বিজয় মলা ললি



জলক্ত প্ৰসাদ নেপাৱ চিনি

থৰক বৰক যাৱ যেনি তেনি

জলক্ত প্ৰসাদ নেপাৱ চিনি

থৰক বৰক যাৱ যেনি তেনি

বাট নেপাৱ চিনি

অন্ধ চকুত অৰূপ কায়া বাজি

জগতখনেই ৰূপহ হল যে আজি

কোন পগলাৰ বিজয় মলা ললি

কিহৰ ৰাগীত জলাকলা হলি

কোন পগলাৰ বিজয় মলা ললি






(ইউনিকডীয় ৰূপান্তৰ-অৰুন্ধতী তালুকদাৰ)

No comments: