অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হাঁহি কান্দোনেৰে সুখ আৰু দুখৰ অহা যোৱাই





হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যো...ৱাই !

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !

হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !




একা-বেঁকা বাট জীৱন যুঁজৰ      

কিছু অৱহেলা কিছু মৰমৰ

একা-বেঁকা বাট জীৱন যুঁজৰ

কিছু অৱহেলা কিছু মৰমৰ

মায়াবী মনৰ ..

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !




আকৌ নিৰ্জন..


আকৌ নিৰ্জ....ন

হৃদয়ৰে..

সময়েতো কাঢ়ি নিয়ে

নিঠুৰ হাতেৰে

সময়েতো কাঢ়ি নিয়ে

নিঠুৰ হাতেৰে;

জীৱন আকাশত গধূলিৰে সোঁত

তাতেই পৰিব যাত্ৰাৰ ওৰ

জীৱন আকাশত গধূলিৰে সোঁত

তাতেই পৰিব যাত্ৰাৰ ওৰ

ভাগৰুৱা দেহৰ....

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !

হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !

হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন !

এইটো জীৱন !

এইটো জীৱন !




(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিকডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া)

No comments: