অনুসন্ধান আকাংক্ষাত

Monday, September 10, 2012

মোৰ মৰমে মৰম বিচাৰি যায়





কথা :- 
বাৰিষাৰ কেচাঁ বানে আৰু যুগৰ বতৰাই মানুহক কেতিয়াবা ৰোমান্তিক কৰিও তোলে,
তেতিয়া গায় মোৰ মৰমে মৰম বিচাৰি যায়, মোৰ মৰমে মৰম বিচাৰি যায়


গীত :-
মোৰ মৰমে  মৰম বিচাৰি যায়

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়

বাৰিষাৰ কেচাঁ বানে

মোৰেই কাৰণে আনে

নতুনৰে বৰে নৈ, যুগৰ বতৰা লৈ

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়




অকলশৰীয়া পখীটি মই

ত বিঘিনি ভাঙিম

ধুলিৰ ধৰাক সৰগ কৰিম

হেঙুলীয়া বোল সানি  

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়

বাৰিষাৰ কেচাঁ বানে

মোৰেই কাৰণে আনে

নতুনৰে বৰে নৈ, যুগৰ বতৰা লৈ

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়




মোৰ আকাশত পোৱাৰ তৃপিতি

নোপোৱা, বেদনা নাই,

মোৰ আকাশত পোৱাৰ তৃপ্তি  

নোপোৱা, বেদনা নাই,




মোৰ মৰমৰ পাৰ ভাঙি আহি

কিহৰ ধুমুহা বয়, যুগৰ বতৰা লৈ

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়

বাৰিষাৰ কেচাঁ বানে

মোৰেই কাৰণে আনে

নতুনৰে বৰে নৈ, যুগৰ বতৰা লৈ

মোৰ মৰমে মৰম বিচাৰি যায়

যায়, মোৰ মৰমে মৰম বিচাৰি যায়




(ইউনিক'ডীয় ৰূপান্তৰ  মৌচুমী ভূঞা চৌধুৰী)

No comments: