নেজানিলো কিদৰে পূজিম তোক আই
দিশ হাৰা মই আজি
নুবুজিবি তই আই
দিশ হাৰা মই আজি
নুবুজিবি তই আই
নুবুজিবি তই আই
নেজানিলো কিদৰে পূজিম তোক আই
দিশ হাৰা মই আজি
নুবুজিবি তই আই
দিশ হাৰা মই আজি
নুবুজিবি তই আই
নুবুজিবি তই আই
নেজানিলো কিদৰে পূজিম তোক আই
.....
চেনেহ আছে হৃদয় খনিত
নোৱাৰো বুজাব যে
আশা আছে প্ৰীতি সনা
প্ৰকাশো কেনেদৰে
তপ্ত হিয়াত মোৰ
ৰক্ত প্ৰবাহেৰে
কি দৰে পূজা জানো
প্ৰাণৰো প্ৰাণৰে
প্ৰাণৰো প্ৰাণৰে
নেজানিলো কিদৰে পূজিম তোক আই
.....
এদিন দি যাম তোক
সোণৰ সোলেং মৰমেৰে
এদিন দি যাম তোক
সোণৰ সোলেং মৰমেৰে
লিখি যাম মই মোৰ
বুকুৰ শোনিতেৰে
এদিন দি যাম তোক
সোণৰ সোলেং মৰমেৰে
চৰণতে যাচি দিম
প্ৰাণৰে বৈভব
কপালতে আঁকি দিম
জয়ৰে তিলক
কপালতে আঁকি দিম
জয়ৰে তিলক
জয়ৰে তিলক
জয়ৰে তিলক
নমচিবি আৰু
বেদনাৰ চকুলো
সহিব নোৱাৰো নিতে
দূৰে দূৰে মাথো
নয়ন জুৰাও
আই বুলি উলাহতে
আই বুলি উলাহতে
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
No comments:
Post a Comment