বন্ধুৰ বাড়ীতে তাল গাছে ঢোলে,
হ্যাসকা টানে পীৰিত খচে মাঘ মাসী শীতে ।
যাৰে বন্ধু যা,
জ্বালিয়া গেলে মনেৰ আগুন নিভিয়া গেলে না ।
বন্ধু ঘন ঘন ৰে,
এতই গো সাক্ষী তোমাৰ শৰীৰে ।
দেখিতে দেখিতে গাভুৰ হ’লো ।
ৰবি বাৰেৰ দিন নাই ওৰ গেনু ।
পাৰাৰ ছেঙৰাই কৰে হায় ৰে হায়,
মোহিত পীৰিত কৰং না, টেঙৰা বন্ধু চৰে না
আৰু বিয়া যায় পীৰিতে বাইনা ।
বাপ ও ভাই তোৰ হিয়াৰ তাৰা
বেচাইয়া না খায় তোক ছোটতে
হিয়াৰ ঢোলে তোৰ পূবাল বাতাসে ।
(ইউনিক'ডীয় ৰূপান্তৰ → বনজীত্ পাঠক )
No comments:
Post a Comment