অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তুমি হ'বা মোৰ ঘৰৰ লখিমী বোৱাৰী






তুমি হ'বা মোৰ ঘৰৰ লখিমী বোৱাৰী 

সকলোকে ল'বা তুমি আপোন আপোন কৰি 

হাঁহি মুখে মিঠা মাতে নয়ন নিবা হৰি

শিপিনী হৈ কাপোৰ ববা অসমী জীয়ৰী

তোমাৰ কোমল খোজৰ ভৰত নমৰে দুবৰি

মৰম চেনেহ আদৰেৰে লবা আপোন কৰি 

কামে কাজে  ভক্তি দিবা অন্তৰ শুদ্ধ কৰি 

নিমাত নিজান ঘৰৰ হ'বা লখিমী দুৱৰী

তুমি হ'বা মোৰ ঘৰৰ লখিমী বোৱাৰী 

সকলোকে ল'বা তুমি আপোন আপোন কৰি 




(ইউনিক'ডীয় ৰূপান্তৰ - হিম জ্যোতি তালুকদাৰ)

No comments: