অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

সাত সমুদ্রৰ পাৰৰে


সাত সমুদ্রৰ পাৰৰে

ধুনীয়াকৈ বজাৰৰে

হাতী কি ঘোঁৰা আনা?

ঘোঁৰা আনা নে নানা ?

পাপা লক্ষ্মী আহাঁনা ।



তুমি পৰদেশলৈ যাবৰে পৰা

সেই গান ধোঁৱাই আৱৰে ।

দিন দিৱসো অন্ধকাৰ

সুৰ বিলোৱা কন্ঠ নাই

জিলমিল্ চাৱনিৰে তৰাই

সপোনে বিচাৰে তোমাক;

কঁপনি গুচোৱা দেৱ হে

কঁপনি গুচাই আহানা ।।

পাপা লক্ষ্মী আহাঁনা ।



তগৰ ফুল নহয়, ইযে দেখা,

কাগজ নহয় ইযে ভাগ্য লেখা

মা ভীষণ গায়িকা আজি

কমকৈ গীত নাগায় আজি ।

খেল-খেলাও যে টুটি যায়

লগৰ লগৰীও গুচি যায়

জেপ আমাৰ খালী হায়

আৰু এনেয়ে দেৱালী যায়

ঘপ্ ঘপ্ ৰোহ্ ঠেহ নেপাতো

স্বপ্নত আহোঁ পথ চাওঁ

আৰু কঁপে মন গগনা ।। পাপা লক্ষ্মী আহাঁনা ।



বোলছবি → ভাগ্য 
লক্ষ্মীকান্ত প্যাৰেলালে সংগীত পৰিচালনা কৰা হিন্দী ছবি ‘টকদীৰ’ নামৰ ছবিখনৰ পৰা লোৱা হৈছিল ৷
(ইউনিক'ডীয় ৰূপান্তৰ -স্যামন্ত কুমাৰ গোস্বামী)

No comments: