অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

লুইতপাৰৰ ডেকা বন্ধু (আকৌ যদি যাব লাগে শৰাইঘাটলৈ)





আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইতপাৰৰ ডেকা বন্ধু 

নেথাকিবা ৰৈ

নেথাকিবা ৰৈ

.......

আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইতপাৰৰ ডেকা বন্ধু 

নেথাকিবা ৰৈ

নেথাকিবা ৰৈ

.......

আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইতপাৰৰ ডেকা বন্ধু 

নেথাকিবা ৰৈ

নেথাকিবা ৰৈ

.......

থৌকি বাথৌ বৰ লুইতৰ 

কোবাল সোতে পাই শঠ প্ৰতাৰক(?)

সকলোকে নিয়ক উটুৱাই

থৌকি বাথৌ বৰ লুইতৰ

কোবাল সোতে পাই শঠ প্ৰতাৰক(?)

সকলোকে নিয়ক উটুৱাই

বাউসী পাহোৱাল ডেকা 

শংকা কিহলৈ

শংকা কিহলৈ

.......

আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইতপাৰৰ ডেকা বন্ধু 

নেথাকিবা ৰৈ

নেথাকিবা ৰৈ

......

দিশে দিশে

চুকে কোণে

দানৱতাৰ গান

সৰলতা মানৱতা আজি ম্ৰিয়মান

.....

দিশে দিশে

চুকে কোণে

দানৱতাৰ গান

সৰলতা মানৱতা আজি ম্ৰিয়মান

......

শোকাতুৰা আইৰ চকুলো

শোকাতুৰা আইৰ চকুলো

চাবা কেনেকৈ

চাবা কেনেকৈ

......

আকৌ যদি যাব লাগে শৰাইঘাটলৈ

লুইতপাৰৰ ডেকা বন্ধু 

নেথাকিবা ৰৈ

নেথাকিবা ৰৈ




(ইউনিক'ডীয় ৰূপান্তৰ  গগন কলিতা)

No comments: