অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

ৰূপহ কোৱঁৰৰ চুমা পৰশতে




 [ভূপেন হাজৰিকাৰ কণ্ঠত জ্যোতি সংগীত.....]


ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়

.....


ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়


.....


সোণতে সুৱগা আহি সানি দিলে

গোলাপী গালতে ৰাঙে চৰাই

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়


.....


সপোনৰে সখা আহি দিলে দেখা

দিয়া সখী দিয়া হিয়া বিলাই

সপোনৰে সখা আহি দিলে দেখা

দিয়া সখী দিয়া হিয়া বিলাই

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়
                    

......


সোণতে সুৱগা আহি সানি দিলে

গোলাপী গালতে ৰাঙে চৰাই

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়

ৰূপহ কোৱৰৰ চুমা পৰশতে

লাজুকী কুৱৰী মৰহি যায়




(ইউনিক'ডীয় ৰূপান্তৰ  দীপা  ডেকা) 

No comments: