ৰম্ভা মেনকা
ৰম্ভা,
মেনকা কিম্বা যূথিকা
হংসগামিনী ইম্মান ৰমণী
কলিজা ধপে ধপায় ।
গভৰুক জোকাব নাপায় !
কৰিছোঁহি সীতা হৰণ ।
এবাটি গাখীৰত মুখ ধুই আহগৈ
এখনি দাপোনত ৰূপ চাই আহগৈ
ইমান সুদর্শন- ।
কার্তিক কাষতে পাইছা হাততে
হেৰালে আৰু নাপায় ।
ৰূপহীৰ মনেই নাযায় !
কার্তিক দুটালৈ চাই
ৰিহাৰে শেলতে চকুহাল পৰোঁতে
হিয়া মোৰ দহিহে যায়
খং খং চাৱনি আৰু যেন শুৱনি
বিয়া নাম নোগোৱা নাই
মাত দিলে কিনো ক্ষয় যায় ?
গাভৰু খেমিবা দায় নধৰিবা
হুলাবাৰি এচাৰি ব্যৱহাৰ নকৰি
(ৰচনা কাল- ১৯৭৪ চন; কথাছবি- বৃষ্টি)
(ইউনিক'ডীয় ৰূপান্তৰ → খনিন্দ্র মাধৱ শইকীয়া )
No comments:
Post a Comment