অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

কানাই পাৰ কৰা হে

(হে)কানাই পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া |

(এ)নষ্ট হৈল'  দুধেৰ ভান্ডাৰ বজাৰ গৈল বয়া

পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া

নষ্ট হৈ  দুধেৰ ভান্ডাৰ বজাৰ গৈল বয়া


কাঠাৰে দেশতে থাকা অ অ অ ..

কাঠাৰ কিবা দুখ ...


ভাঙা  নৈকাত পাৰ কৰি কিবা পোৱা সুখ

কানাই পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া |

নষ্ট হৈ দুধেৰ ভান্ডাৰ বজাৰ গৈল বয়া


ভাঙা নহয় চিঙা নহয় গামেৰিৰে সাৰ


ভাঙা নহয় চিঙা নহয় গামেৰিৰে সাৰ

হস্থী  ঘোৰা পাৰ কৰা, ৰাধাৰ কিমান ভাৰ

কানাই পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া |

নষ্ট হৈ দুধেৰ ভান্ডাৰ বজাৰ গৈল বয়া


অন্য লোকক পাৰ কৰিলা অ অ অ ..লৈয়া আনা আনা


তোমাৰ ৰাধাক পাৰ কৰিলা লৈ য়া কাণৰ সোণা

কানাই পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া |

নষ্ট হৈ দুধেৰ ভান্ডাৰ বজাৰ গৈল বয়া

পাৰ কৰা হে  বেলিৰ পৰিল চঁয়া ||


 ইউনিক'ড ৰূপান্তৰ :- বনজীত পাঠক

No comments: