অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

তোমাৰ ৰথৰ জয়ধ্বজা




বি.এ পাছ কৰি অহাৰ কিছুদিনৰ পাছত পাৰ্বতী প্ৰসাদে মোমাইদেৱেক প্ৰিয়প্ৰসাদ বৰুৱাৰ বাগিচা সৰুচৰাইত কাম শিকিবলৈ লয় ১৯২৯ চনত....তাত থাকোতেই নৃত্য নাটিকা লখিমী ৰচে.........এই লখিমীত গীতেৰে তেঁও ৰথৰ জয়ধ্বজা উৰুৱাই.......


তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা



.....


তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা


তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা


....


বিদায় বাঁহী বাজি

ভাঙিব নেকি আজি

বিদায় বাঁহী বাজি

ভাঙিব নেকি আজি

তোমাৰ জয়ৰ ৰঙত মজা

মোৰ শুকুলা জয়ধ্বজা

তোমাৰ জয়ৰ ৰঙত মজা

মোৰ শুকুলা জয়ধ্বজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা


.....


শেষ বাৰিষাৰ দূৰ্বাদলত

থিয় ৰল হিয়া পোন বলত

নীৰবে সকলো সহি

অকলে আহিছে বহি

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা

তোমাৰ ৰথৰ জয়ধ্বজা

মোৰ শুকুলা ফুলেৰে সজা




(ইউনিক'ডীয় ৰূপান্তৰ - দীপা  ডেকা)

No comments: