অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জিগি জাগি জাও অ গিজাও




নাৰী:           জাগিজা গিজাওঁ অ গিজাওঁ

জাগিজা গিজাওঁ অ গিজাওঁ

জাগিজা গিজাওঁ অ গিজাওঁ



ছোট ঘৰেৰ বহু বেটী পিঠি পৰে চুল গ

যৌৱনেৰ আঙ্গিনাই উড়ে গেন্দা ফুল গ

ছোট ঘৰৰ বহু বেটী পিঠি পৰে চুল গ

যৌৱনেৰ আঙ্গিনাই উড়ে গেন্দা ফুল গ



গছেৰ মাজে তুলসী

পাতেৰ মাজে পাণ

আৰে নাৰীৰ মাজে চামেলী পুৰুষ সাৱধান

নাৰীৰ মাজে চামেলী পুৰুষ সাৱধান

ছোট ঘৰৰ বহু বেটী পিঠি পৰে ছুল গ

যোৱ্নেৰো অংগনা ওড়ে গেন্দা ফুল গ

ছোট ঘৰৰ বহু বেটী পিঠি পৰে ছুল গ

যোৱ্নেৰো অংগনা ওড়ে গেন্দা ফুল গ



দেখে গোৰী গোৰী

খোপা বান্ধে খাসেকাৰি

হাতে শাঁখা চুড়ি লল কাৰি

ৰাজে হংসেৰ চাল চলে গোৰী



শিশিৰেকে ফুটে ফুল বিনা বৰষুণে

বচনে কি মজে মন বিনা দৰিশনে

শিশিৰেকে ফুটে ফুল বিনা বৰষুণে

বচনে কি মজে মন বিনা দৰিশনে

পুৰুষ:         লাল লাল শালুকেৰ ফুল

আৰে ৰাত্ৰি ফুটে লাল গ

ন ফুলটা কত মধু গণিতে নাপাৰিগ

পাকিলো ফুটিলো ডালিম

আৰে পাকিলো ফুটিলো ডালিম

লোকে তাৰে খাইৰে

ছালা এই দেশে পন্ডিত নাই

পিয়াকেই বুঝায়ৰে


নাৰী:            জাগিজা গিজাওঁ অ গিজাওঁ

জাগিজা গিজাওঁ অ গিজাওঁ

জাগিজা গিজাওঁ অ গিজাওঁ

ছোট ঘৰেৰ বহু বেটী পিঠি পৰে চুল গ

যৌৱনেৰ আঙ্গিনাই উড়ে গেন্দা ফুল গ

ছোট ঘৰৰ বহু বেটী পিঠি পৰে চুল গ

যৌৱনেৰ আঙ্গিনাই উড়ে গেন্দা ফুল গ


পুৰুষ:         ৰাতেৰ কদম জলকেই আৰে জিয়া মোৰ লালহকেই

ভৰ যৌৱন কলসীৰ পানী জলকে

আৰে জীয়া....



(ইউনিক'ডীয় ৰূপান্তৰ - অৰুন্ধতী তালুকদাৰ)

No comments: