অনুসন্ধান আকাংক্ষাত

Friday, September 7, 2012

তোমাৰ প্ৰেমৰ ভোগজৰাটি






তোমাৰ প্ৰেমৰ ভোগজৰাটি

দিয়া বাকি

মৰমিয়াল জীৱন হওক ভাল

তোমাৰ প্ৰেমৰ ভোগজৰাটি



দিয়া বাকি

মৰমিয়াল জীৱন হওক ভাল

জীৱন হওক ভাল

জীৱন হওক ভাল

তোমাৰ প্ৰেমৰ ভোগজৰাটি

দিয়া বাকি               

মৰমিয়াল জীৱন হওক ভাল


.....


তোমাৰ প্ৰেমৰ ঢলত পৰি

উটি যক মোৰ জীৱন তৰী

তোমাৰ প্ৰেমৰ ঢলত পৰি

উটি যক মোৰ জীৱন তৰী

চিৰআনন্দৰ পাৰ এটি চাই

উৰক শুকুলা পাল



তোমাৰ প্ৰেমৰ ভোগজৰাটি

দিয়া বাকি

মৰমিয়াল জীৱন হওক ভাল


....


অসুন্দৰৰ মলিন ছায়া

দূৰলৈ নিয়া অ ধুনীয়া

অসুন্দৰৰ মলিন ছায়া

দূৰলৈ নিয়া অ ধুনীয়া

দূৰলৈ নিয়া অ ধুনীয়া

দূৰলৈ নিয়া অ ধুনীয়া



তোমাৰ ৰপ অমৃত ঢালি

দিয়াচোন নয়ন মেলি

চিৰসুন্দৰ ৰূপটি চাই

ভাগক ঘুমটি জাল



তোমাৰ প্ৰেমৰ ভোগজৰাটি

দিয়া বাকি

মৰমিয়াল জীৱন হওক ভাল




(ইউনিক'ডীয় ৰূপান্তৰ - দীপা  ডেকা)

No comments: