প্ৰ: পা: বাৰ’ মাসে তেৰ ফুল ফোটে
বাৰ’ মাসে তেৰ ফুল ফোটে
বছৰে ফোটে হোলা সই
নাযায় অ’
যমুনাৰ জলে ।
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’
নাযায় অ’
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে ।।
প্ৰ: পা: যে ঘাটে ভৰিব আৰো জল
সেই ঘাটে কানাইয়া সই
নাযায় অ’
যমুনাৰ জলে ।।
প্ৰ: পা: (আৰে) সেই ঘাটে কানাই আসই
নাযায় অ’
যমুনাৰ জলে ।।
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
তোমৰা নাযায় অ’
নাযায় অ’
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
প্ৰ: পা: নন্দেৰ বেটা চিকন আৰ কালা
কালা দিলেক বিষম জ্বালা সই
নাযায় অ’
যমুনাৰ জলে ।।
নাযায় অ’
যমুনাৰ জলে ।।
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
প্ৰ: পা: কদম গাছে হেলানীৰে দিয়া
কালা বাজাই মোহন বাঁশীস ঐ
নাযায় অ’
যমুনাৰ জলে ।।
নাযায় অ’
যমুনাৰ জলে ।।
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
নাযায় অ’
সইৰে
ঐ না যমুনাৰ জলে
(ভূপেন হাজৰিকা আৰু প্ৰতিমা পাণ্ডে বৰুৱাৰ দ্বৈত কণ্ঠত)
(ইউনিক'ডীয় ৰূপান্তৰ → দিগন্ত শইকীয়া)
No comments:
Post a Comment