অনুসন্ধান আকাংক্ষাত

Saturday, September 1, 2012

উদ্ধৱ বন্ধু




উদ্ধৱ বন্ধু...


(ভালকে গা, গা আকৌ)


উদ্ধৱ বন্ধু মধুপুৰী ৰহল মূৰাৰু ।

কাহে নাহেৰি ৰহব অব জীৱন

বন ভয়ো ভৱন হামাৰু ।।



যাহে বিয়োগ-আগি অংগ তাৱয়

তিল একু ৰহএ নপাৰি ।

সোহি ব্ৰজসূৰ দূৰ গয়ো গোবিন্দ

দিশ দশ দিৱসে আন্ধাৰি ।।

উদ্ধৱ বন্ধু মধুপুৰী ৰহল মূৰাৰী ।

ব্ৰজজন জীৱন বাহুৰি নাহি আৱত

হামাকু কৰত অনাথা ।

গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়

শংকৰ কহ গুণগাথা ।।

উদ্ধৱ বন্ধু মধুপুৰী ৰহল মূৰাৰু ।


মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত গীত
কণ্ঠ:- ড৹ ভুপেন হাজৰিকা & কৃষ্ণা বৰ্মন
বোলছবি:- অকন
(ইউনিকডীয় ৰূপান্তৰ- মিতালী বৰ্মন)

No comments: