অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আনৰ কাৰণে জীৱ্ন শলিতা




আনৰ কাৰণে জীৱ্ন শলিতা

কিমান জলাবা আৰু

আৰু কিমান বাকী আছে

আৰু কিমান বাকী আছে

আনৰ কাৰণে কলিজাৰ তেজ

কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে

আৰু কিমান বাকী আছে



নিজৰ কাৰণে ভাবিবলে আহৰি

নাই নাই নাই

তোমাৰ

সোঁৱৰালো কতবাৰ !



প্ৰতি উশাহ শোণিতেৰে

প্ৰতি উশাহ শোণিতেৰে

কত পট আঁকা

প্ৰতি উশাহ শোণিতেৰে

প্ৰতি উশাহ শোণিতেৰে

কত পট আঁকা

সেই পটে তোমাকে নিঃশেষ কৰি নাচে

আনৰ কাৰণে কলিজাৰ ৰং

কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে



আনৰ কাৰণে কলিজাৰ তেজ

কিমান ঢালিবা আৰু

আৰু কিমান বাকী আছে


আৰু কিমান বাকী আছে




(ইউনিক'ডীয় ৰূপান্তৰ- অৰুন্ধতী তালুকদাৰ)

No comments: