অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আৰে গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে




আৰে  গেইলে কি আসিবেন মোৰ মাহুত বন্ধু  ৰে ...

হস্থীৰ নড়াণ, হস্থীৰ চড়াণহস্থীৰ গলায় দড়ী



অহৰে  সত্য কৰিয়া কনৰে

    কোন বা  দেশে বাড়ী ৰে ...

আৰে  গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

হস্থীৰ নড়াণ, হস্থীৰ চড়াণহস্থীৰ পায়ে  দড়ী



অহৰে . সত্য কৰিয়া ক‍ইলাং কথা

          .. গৌউউউৰি পুৰে বাড়ী ৰে ..

 গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

খটু খুটু মাহুত ৰে  তোৰ গালে চাপা দাড়ি ...

অহৰে  সত্য কৰিয়া কনৰে মাহুত

   ঘৰে এইএইইইই ক‍ই জন নাৰী  ৰে ....

গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

হস্থীৰ নড়াণ, হস্থীৰ চড়াণ, চম্পা নদীৰ পাৰে অহৰে .

সত্য কৰিয়া ক‍ইলাম তোমাক বিয়াইইইইআও নাই হয় মোৰে ৰে

গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে ..

গেইলেলেলেলে ... কি আসিবেনননননন ...

অ অ অ অ অ মোৰৰ  মাহুত বন্ধু ৰে ,, ,,,

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .

তোমৰা গেইলে কি আসিবেন মোৰ মাহুত বন্ধু ৰে .



(ইউনিক'ডীয় ৰূপান্তৰ- বনজিৎ পাঠক)                

No comments: