অনুসন্ধান আকাংক্ষাত

Sunday, August 5, 2012

সোণৰে পাখি মেলি



সোণৰে পাখি মেলি

          মনে তৰা

সোণৰ পাখি মেলি

          মনে তৰা

আহ অ টোপনি

          জোনবাইৰ পৰা

সোণৰ পাখি মেলি অ মনে তৰা

স্বৰ্গদেউ ঘুমটি

          কোনে কাঢ়ি নিলে

          নজপাই চকুৰে পাহি ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: