আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
ভকৰ বিনে চক্কৰ নাই
আল্লাৰ বিনে গতি নাই
পানীৰ বিনে নাই নিৰ্মঅ অল
ভকৰ বিনে চক্কৰ নাই
আল্লাৰ বিনে গতি নাই
নদীৰ বিনে নাই নিস্তাৰ
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আৱল কলিমাৰ বিনে আন জিকিৰ একো নাই
জব্ববিনে হৈ আছে সংসাআআৰ .
কেলেনৈ মই আহিলো দুনিয়াতে বেহাব সৰুতে নগলো মৰি
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
দুনিয়ালৈ আহিলো ৰঙে ৰূপে বেহাইলো |
নেবেহালো মাণিকৰ হাত
অময়াৰে মাধুৰি পাই মৰ্জিদলৈ মনত নাই নুশুনিলো অময়াৰ মাত
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লা আছে আলগত ৰছুল আছে নিলগত তৰোপৰি আছে খোদাই
আল্লা আছে আলগত ৰছুল আছে নিলগত তৰোপৰি আছে খোদাই
ভাবিলেহে তৰিবা এৰিলেই মৰিবা দিলতে চলাবা সদায়
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
একোটিকে মাৰলী শাৰী শাৰী ৰুৱা তাত
মাৰলীত বিন্ধিলে ঘূণে |
পছোৱাত লৰে ঘৰ, হুৰু খাই পৰে ঘৰ |
ধোকাদি ৰাখিব কোনে ?
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
আল্লাৰ বিনে কেওঁ নাই আআন ঐ আল্লাহে
ঐ আল্লাহেঐ
আল্লাহেঐ
আল্লাহে
(ইউনিক'ডীয় ৰূপান্তৰ- বনজিৎ পাঠক)
No comments:
Post a Comment