অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

এক দুই তিনি চাৰি



এক দুই তিনি চাৰি

এক দুই তিনি চাৰি

অংকৰে সাঁতুৰি

শিহু এটি জঁপিয়াই

লুইতখন পাৰ হয়,

শিহু এটি জঁপিয়াই

লুইতখন পাৰ হয় |



এক দুই তিনি চাৰি

এক দুই তিনি চাৰি

পাঁচ ছয় সাত আঠ

অংকৰে কৰে পাঠ,

পাঁচ ছয় সাত আঠ

অংকৰে কৰে পাঠ,

আমিও কৰিম পাঠ |



কৰতল কমল

লিখি যাই সাঁচি পাত,

কৰতল কমল

লিখি যাই সাঁচি পাত |

আমিও কৰিম পাঠ

অংকৰে কৰে পাঠ,

আমিও কৰিম পাঠ

অংকৰে কৰে পাঠ |



এক দুই তিনি চাৰি

এক দুই তিনি চাৰি;


ন দহ আৰু আছে

অংকৰে নাচি আছে

খিতি তাওঁ খিতি তাওঁ তাওঁ ঠাত্‍ |



আমিও নাচি যাম

আমিও নাচি যাম

আমিও নাচি যাম

আমিও নাচি যাম |



এক দুই তিনি চাৰি পাঁচ ছ্য় সাত আঠ ন দহ |

এক দুই তিনি চাৰি পাঁচ ছ্য় সাত আঠ ন দহ |

এক দুই তিনি চাৰি পাঁচ ছ্য় সাত আঠ ন দহ |

এক দুই তিনি চাৰি পাঁচ ছ্য় সাত আঠ ন দহ |




কথা:                ড০ ভূপেন হাজৰিকা 
এলবাম:            অকণিৰ গীত
শিশু কন্ঠশিল্পী:   নিয়ৰ, হিয়া, জংকি, বাবৰি, দুবৰি, জুৰ
(ইউনিকডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)



No comments: