অনুসন্ধান আকাংক্ষাত

Friday, August 31, 2012

আশ্বিন মাসে দুৰ্গা পূজা ঢাঁকেৰ কেমন গুড় গুড়ি



আশ্বিন মাসে দুৰ্গা পূজা

ঢাঁকেৰ কেমন গুড় গুড়ি

তাৰেই মাঝে ঝিলমিল কৰে

মোৰ প্ৰাণেৰ সুন্দৰী



লালশাড়ী পিন্ধি নাচে

মাদল ঝুমুৰ বাজানা

নাকে নোলুক বায়ে তাবিজ

ৰুণজুণ বাজে গহণা



অইন দিনে দেখি কালা

কাণে কদম ফুল গ

আজি কেন তোমাৰ কালা

বদন মলিন গ
 
একখানি পান দিয়ে

আশা দিয়া পালাইলি

ফাঁকি দিয় ওৰে পিয়া কাহে নাহিলি

বৃথা মোৰ নিশি গেল জাগায়া ৰাখিলি



যখন ফুল কলিছিল

তখন ভ্ৰমৰ আইল গেল

এখন নুতন ফুল মজিল

পুৰাণা পিৰীতি ছাড়ে নতুনে মজিল ৰে



এত যদি ছিল মনে আগে না বলিলি কেনে

মোৰ যৌৱন তোৰ হাথে ৰৈল

তুমি তৰু হামি লতা যাও দেখি কোথা যাবে

হাঁসিৰ চান্দ আকাশে উঠিল



আসে পাসে লাথৌ গাছ

গমকি উঠিল বাঁস

কেওঁৰা ফুল খোপাই পিন্ধি

নাচ্ ৰে ঝুমুৰ নাচ



দুই পইচাৰ পুঠি মাছ কাঞা গোলাৰ তেল ৰে

কোমৰ ধৰি সবাই খেলি

প্ৰেম পিৰীতিৰ খেল ৰে 




(ইউনিক'ডীয় ৰূপান্তৰ- মালিনী গোস্বামী)              

No comments: