অনুসন্ধান আকাংক্ষাত

Thursday, August 2, 2012

সাত সাগৰৰ দেশ-বিদেশৰ (নাটক : নিমাতী কইনা)



সাত সাগৰৰ দেশ-বিদেশৰ

          তেৰ নদীৰ পাৰে....

আমাৰ দেশৰ নানা বৰণৰ

          নানান নিচান উৰে ৷



নানা খনিকৰে নানা কাৰিকৰে

          যতনেৰে যিখিনি কৰে

নোহোৱা নোপোৱা কত অমূল্য

          বাহানি গঢ়িছে নৰে ৷

তাকে তোমালৈ মাত পাবলৈ

          আনিছো সকলোটি

          মাতা অ নিমাতী !!



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: