লুইতে মাতে, লুইতে
মাতে,লুইতে মাতে কাক
ধনশিৰীক
মনশিৰীক
সোণ কমোৱা সোৱণশিৰীক
জিৰজিৰকৈ বোৱা নিজৰাক ৷
জানক মাতে
জুৰিক মাতে
ৰৈ যায়, মোহনাঘাটে
মানস দেশৰ ঘান গাই
ৰৈ গুচি যায়, মহাসাগৰৰ বাটে ৷
ইপাৰ সিপাৰ দুয়োপাৰ
ফু ফুলেৰে জাতিস্কাৰ
কৰি লুইতে... বিনাই মাতে কাক
ভালপাই যাক ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment