মোৰ
বাৰীত ফুলিলে ইন্দ্ৰজিত মালতী
তোৰ বাৰীত পৰিলে ছাঁ,
তোৰে
মনৰ কথা উটুৱাই আনিলে
সন্ধিয়াৰ বাউলী বা ৷
বাউলী
বাৰে আউলী চুলি
কাৰ কথা কৈয়ে
মাত কু - উ বুলি ?
ৰূপহ কলীয়া কুলি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment