মোৰ গাঁওখনিত
কোনে বাৰু
চম্পা
ফুলালে
মোৰ পথাৰখনিত
কোনে
বাৰু
সাউজী বোলালে ?
ঘৰটিৰ মোৰ
জালি
কাটি
পোহৰ
পেলালে
সোণটিৰ মোৰ
মনটি
হৰি
তুল
তুলালে ৷
আন্ধাৰ নিশা
গাঁওখনিত
বন্তি
জ্বলালে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment