অনুসন্ধান আকাংক্ষাত

Monday, July 9, 2012

লুইতেদি যাৱ ক’ৰে নাৱৰীয়া (নাটক: লভিতা)


লুইতেদি যাৱ কৰে নাৱৰীয়া

          তই কৰে নাৱৰীয়া ঐ

মানুহে মানুহৰ মৰম নুবুজে

          তেজীমলাহে মই ৷


লুইতেদি বয় কৰে ৰূপৰ পানী

          কি কথা বুকতে লই

মনৰে কথা মোৰ মনত মৰহিলে

          তেজীমলাহে মই ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: