পোহৰ নপৰা ফুলত আছিলে
ফুল
সুৰভি শুই
শিল্পী আছিল জনৰ মনত
কল্পনা
তাৰ নাজাগোতেই
নালাগোতেই
নতুন বেলিৰ জুই ৷
পোহৰ লাগি
গন্ধ
জাগি বনে বনে যায়
নতুন
গানৰ জুই লাগিলত
এই পৃথিৱীৰ জনগণৰ, আকুলতা জাগিল প্ৰাণৰ
মনৰ
শিল্পী
উঠিল
সাৰ পাই ৷
নতুন মানৱ উঠক জাগি
শিল্পী
মনৰে
পৰিপূৰ্ণ
হওক পৃথিৱী
আনন্দ
গানৰে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment