অনুসন্ধান আকাংক্ষাত

Sunday, July 8, 2012

মন ৰাম নাম তই



মন ৰাম নাম তই  


সোঁৱৰণ কৰিল

কোনে জানে কালিকি

জগতময় সোণৰ জ্বলে চাকিটি ৷


কৌটি কৌটি জ্যোতি বিস্তৰি

পোহৰলে লৈ যায় হায়                            

শিৰত ল তুলি শিৰৰে মণি

কোনে জানে কালিকি

জগতময় সোণৰ জ্বলে চাকিটি ৷৷



(দিলীপ শৰ্মাৰ সৌজন্যত)
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ভজন গীতৰ সুৰত ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: