নীল আকাশৰ এটা তৰা
এটা
তৰা অ’
তাৰ পোহৰে.... তাৰ পোহৰে
বাটটি
চিনি ল’
অ’ পথিক তই
ভাৱি
শুনি তই
কি
লেখ লেখ ৷
আকাশৰ সৌ দূৰ নীলিমাৰ
পোহৰে
তোক
মাতিছে অ’
মাতিছে
অ’ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment