মই গান নিলিখা দিনবোৰে
সপোন নেদেখা...
ৰাতিৰে
লগ লাগিলে ৷
আন্ধাৰ পোহৰ মিলি মিলি
বগা ক’লা
ফুটুকীয়া মউৰা হৈ
জ্বলি উঠিলা
ঠেও ধৰি অভিমানৰ
নাচ নাচিলে
আন্ধান পোহৰৰ চালি ধৰিলে
সপোন মাগিলে মোৰ
ঘূৰি ঘূৰি গান মাগিলে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment