লুইতৰ পাৰৰে বৰেচহৰ !
গুণাৰ
বনেকৰা বৰেপাগে পিন্ধি
তাহানি
ধৰিলা বগা ডাৱৰ ৷
ডাৱৰে বুলিলে বেলিক লাজে দিয়ে
কি
গুণা পিন্ধিছা,
বগী ডাৱৰো বৰণ আমোলাই
পিন্ধিলা
পাগুৰি কিনো পাটৰ
পাগুৰিত
পিন্ধিলা হীৰা-পাথৰ
লুইতৰ
পাৰৰে বৰেচহৰ !
ওজা খনিকৰে, ওজা কাৰিকৰে
দিলে
শিলৰ ঘৰে সাজি,
তাতে
বহি বহি তৰা লেখি লেখি,
জোনাবাইৰ
সতে কিবা খেলে পাতে
ভাগৰি-জিগৰি
অ’ বৰেচহৰ !
কত ডাৱৰীয়া ৰাতি...
এটা
তৰাৰে দুটি ওলাব বুলি
ওৰে
নিশাটো দিছিলা পৰ
লুইতৰ
পাৰৰে বৰেচহৰ !
কামাখ্যা গোঁসানী চহৰ-শুৱনী ৷
লুইতৰ
পাৰতে শিলৰে ঘৰ
লুইতৰ
পাৰৰে বৰেচহৰ !!
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ “মানৰ
দিনৰ অগ্নিসুৰ”
অসম্পূৰ্ণ চিত্ৰনাট্যত সন্নিবিষ্ট গীত ]
[ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া]
No comments:
Post a Comment