মোৰ গানত আছে
অময়া অৰ্থ
ব্যৰ্থ
নহয়
ব্যৰ্থ
নহয় সি,
তোৰ প্ৰাণত আছে
সোৱাদ
বুজাৰ
পৰশমণিটি
৷
মোৰ যে গানৰ চিত্ৰলেখাই
তোৰ
মনতে আঁকে
সেই ছবিয়ে মোকেই ভুলাই
বিয়াকুলকৈ
ৰাখে ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment