মাতা অ’ নিমাতী !
মাতা অ’ নিমাতী !
মাতা অ’ নিমাতী !
মাতা ৷৷
[(নাটক : নিমাতী কইনা) সখীবিলাকৰ গীত এবাৰ ডাঙৰ হয়, এবাৰ সৰু হয়... তাৰ পিচত নিজম পৰে ৷ গীত নিজম
পৰিলত ৰত্নাৱলী হাঁহি হাঁহি নিমাতীৰ ওচৰ চাপি যায় ৷ ]
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment