বুকুৰ তেজেৰে লিখা গান মোৰ
চকুৰ পানীৰে নমচিবি
চকুৰ পানীৰে লিখা গান মোৰ
আলৈ আথানি
নকৰিবি ৷
মোৰ, সুৰৰ চুমাত
কোন কোন সাৰ পাৱ ?
মোৰ গান শুনি, কোন কোন ভোল
যাৱ ?
মই কোৱা সেই জোনাকী সাধুটো
নাপাহৰিবি
নাপাহৰিবি
নাপাহৰিবি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment