Assamese Song: Hopunot
Hunu Modhur
Album: Krishna
Chura
Singer: Suman
Chatterjee
Music Director: Suman
Chatterjee
Year: ?
সপোনত শুনো
মধুৰ আবেগ
হথাৎ ভাঙি গ’ল !
সাৰ পাই দেখোঁ
মোৰেই নয়নত
তোমাৰ মিঠা বোল !
তোমাৰ মিঠা বোল !
সপোনত শুনো
মধুৰ আবেগ
হথাৎ ভাঙি গ’ল !
সাৰ পাই দেখোঁ
মোৰেই নয়নত
তোমাৰ মিঠা বোল !
তোমাৰ মিঠা বোল !
থলো যে সজাই
পদুলি শুৱায়
প্ৰেমৰ কত শৰাই !
যাচিলা তাতে
সহাৰি তুমি..
জীবন জ্যোতি জ্বলাই !
সপোনত শুনো
মধুৰ আবেগ
হথাৎ ভাঙি গ’ল !
সাৰ পাই দেখোঁ
মোৰেই নয়নত
তোমাৰ মিঠা বোল !
তোমাৰ মিঠা বোল !
মাথো হাহাকাৰ [আ..
আলাপ (না: স:)]
তৃষ্ণা অপাৰ [আ.. আলাপ (না: স:)]
হুমুনিয়াহ বতাহত [আ..
আলাপ (না: স:)]
দুশলা হ’ল [আ.. আলাপ (না: স:)]
মৌন সময়
তোমাৰেই নিশ্বাসত...!
জোনাকত এয়া
ফাগুণৰ মেলা
ফুলে ফুলে শিহৰণ !
হৃদয়ত আছা !
চেনেহৰ ভাষা
কুলু কুলু গুণজন !
সপোনত শুনো
মধুৰ আবেগ
হথাৎ ভাঙি গ’ল !
সাৰ পাই দেখোঁ
মোৰেই নয়নত
তোমাৰ মিঠা বোল !
তোমাৰ মিঠা বোল !
বোলছবি/এলবাম: কৃষ্ণচূড়া
গায়ক/গায়িকা: সুমন
চেটাৰ্জী
সংগীত পৰিচালক: সুমন
চেটাৰ্জী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি: দ্ৰ:- গীতটো শুনি লিখা,
কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment