অনুসন্ধান আকাংক্ষাত

Thursday, June 28, 2012

জিৰ-জিৰ জিৰ-জিৰ নিজৰি (নাটক : ৰূপালীম্‌ )


জিৰ জিৰ জিৰ জিৰ নিজৰি

জিৰ জিৰ তাতে নিজৰি জিৰ জিৰ নিজৰি অ !

টুলবুল টুলবুল

কৈ

হালধীয়া

সৰাপাতৰ

নাও

খনি

গৈ

গৈ

গৈ

আমাৰ মৰম এ ভৰা

লৈ ৷


ভৈয়ামৰ ধাননি

বোলালে ঐ

সোণালী

কৈ

জিৰ জিৰ         নিজৰি ঐ !

মৰমৰ বতৰা

লৈ

বৈ থাক

বৈ থাক

ৰৈ


ৰৈ


ৰৈ  ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: