জাগ ভাৰতৰ নৱজোৱান
বিশ্ব
বিজয়ী নৱজোৱান !
কিহৰ
শঙ্কা কিহৰ ভয়
কপালত
তোৰ জিলিকে জয় ৷
জাগা.... জাগা....
জাগা
দুৰ্ম্মদ নৱজোৱান
জাগা
অৰ্জ্জুন সম হৈ
ক্লৈবতা ( (?) এৰি থৈ
তোৰ
যুঁহৰ সাৰথি ভগৱান
জাগা
দুৰ্ম্মদ নৱজোৱান ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment