জিলিকা
পাখিৰে
অ’ সোণ ম’ৰা
চৰাই
ৰঙা
সেউজীয়া তৰা ফুটুকীয়া
তোৰ গোট গাৱতে
অ’
সোণ ম’ৰা চৰাই !
জুৰিটিৰ
পাৰতে ঠেও ধৰি
তোৰ মৰমতে মৰো
অ’
সোণ ম’ৰা চৰাই !!
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment