অনুসন্ধান আকাংক্ষাত

Tuesday, June 26, 2012

জননী মোৰ পূজাৰে মন্দিৰ শুদা


জননী মোৰ পূজাৰে মন্দিৰ শুদা                           
জাগা জননী মোৰ মৰণমুগ্ধা ৷

স্বৰ্ণঅনলদগ্ধা
জাগা..... জাগা
চিৰপ্ৰেৰণাময়ী জননী মোৰ জাগা ৷

স্তব্ধ প্ৰশান্ত নিৰৱতা ভেদি
জাগা.... জাগা
অন্তৰবাসিনী জাগা
জননী গোঁসানী মোৰ জাগা জাগা ৷৷


(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: