কুক্ কুক্
কুক্ কুক্
কুক্ কুক্
মাতে বন-ম’ৰা
জিৰ্
জিৰ্ জিৰ্ জিৰ্ নিজৰা
ৰৈ যা
ৰৈ যা
ফেনে-ফোটোকাৰে
লগতে লৈ যা
লৈ যা
মোৰে বনৰীয়া
বনৰে চিলনী
মৰমেৰে ভৰা ৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment