আহ অ’
ঘুমটি
আহ অ’
ঘুমটি
আহ অ’ ঘুমটি আহ অ’ ৷
ৰিক্মিক্ ৰিক্মিক্
টোপনিৰে পাখি জিকেমিকে
চিক্মিক্ চিক্মিক্ হাঁহি ৷
আহ অ’
ঘুমটি ............
মইনাৰ চিকুণে
চকু মুদে খালে
জাপে গ’ল ধুনীয়া পাহি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment