জয় আলোকময়
অনাদি-অনন্তপ্ৰসাৰী
বিশ্বজীৱন
জ্যোতি ৷
জয় জয় সুন্দৰ
সত্য
সনাতন
চিৰ
প্ৰসান্ত বিশ্বপতি ৷
কোটি বিশ্বব্যাপক
হে
মহামনাধীপ
বিশ্বজীৱন
জ্যোতি ৷
প্ৰণতি
প্ৰণতি
প্ৰণতি ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment