কোন ক’ত আছ
আহ্ অ’ ডেকা ল’ৰা
তই
সমুখত হ থিয়
মাতৃ
পূজাৰ ভাগ লবলৈ
বেলি
কৰ কিয় ?
দেশজুৰি সৌৱা
জ্বলিলে
অগনি শিখা
ডেকা
অসমীয়া
টোপনি
নেৰিলি
কিনু
ভাগ্য লিখা ৷
তই সমুখত হ কিয় ...
হুঙ্কাৰত
তোৰ
জড়
দেশে পাব জীৱ
তই
সমুখত হ থিয়
মাতৃ
পূজাৰ ভাগ লবলৈ
বেলি
কৰ কিয় ?
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment