অনুসন্ধান আকাংক্ষাত

Tuesday, June 26, 2012

জয় জয় দানৱ সেৱিত (নাটক : শোণিত কুঁৱৰী)


জয় জয় দানৱ সেৱিত মহাদেৱ

            জয় জয় ত্ৰিশূলধাৰী

জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ

            জয় ভীম বিভোল ভয়হাৰী ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: