Assamese Song: Hoitu
Nijan Olop Mati
Album: Krishna
Chura
Singer: Suman
Chatterjee
Music Director: Suman
Chatterjee
Year: ?
হয়তো নিজান অলপ মাটি
হয়তো নিজান আকাশ...
ক’তনো মানুহ অকলে থাকে..
নিজান বাৰ মাহ !
বাৰ মাহ !
হয়তো নিজান অলপ মাটি
হয়তো নিজান আকাশ...
ক’তনো মানুহ অকলে থাকে..
নিজান বাৰ মাহ !
বাৰ মাহ !
হয়তো প্ৰভাত উদাস আজি !
হয়তো একাকী নিশা... !
হয়তো মানুহে বিচাৰে তাতে..
হেৰোৱা প্ৰাণৰ তৃষা !
হয়তো নিজান অলপ মাটি
হয়তো নিজান আকাশ...
ক’তনো মানুহ অকলে থাকে..
নিজান বাৰ মাহ !
বাৰ মাহ !
অচিন দেশৰ অচিন পথিক..
পথো একাবেঁকা... !
বাটৰ শেষত হয়তো পাব..!
সেই পথিকক দেখা
হয়তো নিজান অলপ মাটি
হয়তো নিজান আকাশ...
ক’তনো মানুহ অকলে থাকে
নিজান বাৰ মাহ !
বাৰ মাহ !!
বোলছবি/এলবাম: কৃষ্ণচূড়া
গায়ক/গায়িকা: সুমন
চেটাৰ্জী
সংগীত পৰিচালক: সুমন
চেটাৰ্জী
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি: দ্ৰ:- গীতটো শুনি লিখা,
কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment