অনুসন্ধান আকাংক্ষাত

Thursday, June 28, 2012

জয় ৰূপমুগ্ধ (নাটক : নিমাতী কইনা)


জয় ৰূপমুগ্ধ

জয় সুৰমুগ্ধ

জয় জয় অৰূপজ ৰূপকুমাৰ

ৰূপে ৰূপে

গন্ধে বৰ্ণে গানে

সুৰ লয় তানে মানে

            লোৱা লোৱা

            প্ৰাণৰে পূজাৰ

            ষোড়শোপচাৰ

জয় জয় অৰূপজ ৰূপকুমাৰ ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: