অনুসন্ধান আকাংক্ষাত

Thursday, June 21, 2012

উৰ উৰ উৰ অভ্ৰ ভেদি উৰ


উৰ উৰ উৰ 

       অভ্ৰ ভেদি উৰ    
 
নীল আকাশত উৰ, 

       তৰাৰ মাজত উৰ

          সবাৰে উপৰে উৰ


          অ মোৰ

                   তিনি বৰণীয়া ভাৰতৰে বিজয় নিচান ৷


আলোকি বিমান

          উৰ অ মোৰ ভাৰতৰে বিজয় নিচান ৷৷



(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিকড ৰূপান্তৰ:  দিগন্ত শইকীয়া)

No comments: