আমি
কৰি ফুৰো বিয়াকুল
(থাকে)
নিজৰ য’ত কুল কুল
ফুলৰ
পাহিত নিয়ৰ দুল
সখীয়তীৰ
মাতে য’ত বিয়পিছে ইকুল
সিকুল
৷৷
(জ্যোতিপ্ৰসাদ
আগৰৱালাদেৱে ৰচা গীতটি ‘শোণিত কুঁৱৰী’ নাটকত দিছে)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment